সকলোকে জনাবলৈ পাই সুখী হৈছো যে Central Sanskrit University ৰ অধীনত আমাৰ মহাবিদ্যালয়ত সংস্কৃত শিক্ষণৰ Certificate Course আৰু Diploma Course ৰ বাবে এই বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়েহে ইচ্ছুক সকলোকে নামভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ। লগতে বিভাগীয় ছাত্ৰ ছাত্ৰীসকলক share কৰি দিবলৈ অনুৰোধ জনালোঁ।
ধন্যবাদেৰে
সংস্কৃত বিভাগ
ডিব্ৰু মহাবিদ্যালয়, ডিব্ৰুগড়